হয়ভৰহৰ

হয়ভৰ দে (Assamese) [ Roman: hoy.bhor de]
Contributed by: Bikram M Baruah on 2010-01-22
1. (Verb-Trans.) To declare or state clearly. স্পষ্টকৈ বা জোৰ দি ক বা ঘোষণা কৰ্।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-05
2. (Verb-Trans.) To maintain or advocate a theory or a person কোনো তত্ত্ব বা ব্যক্তিৰ সপক্ষে থিয় হ